Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

আজি আকৌ অনুষ্ঠিত হল বহু প্ৰতিক্ষ বহু প্ৰতিক্ষিত তিৱা পৰিষদৰ নিৰ্বাচন; তিৱাসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত ভোটদান বহুজনৰ

গণবাৰ্তা  কামপুৰঃ মধ্য অসমৰ ভূমি পুত্ৰ তিৱা লোকসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত গঠন কৰা হৈছিল তিৱা স্বায়ত্ব পৰিষদ। কিন্ত পৰিষদখন গঠনৰ পিছত এ...


গণবাৰ্তা কামপুৰঃ মধ্য অসমৰ ভূমি পুত্ৰ তিৱা লোকসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত গঠন কৰা হৈছিল তিৱা স্বায়ত্ব পৰিষদ। কিন্ত পৰিষদখন গঠনৰ পিছত একাংশ নেতাৰ মাজত চলা অৰিয়া অৰিৰ বাবেই স্বায়ত্ব পৰিষদখনৰ উন্নয়নৰ নামত বহু প্ৰশ্ন উত্থাপিত হৈছে। আজি আকৌ অনুষ্ঠিত হল আজি বহু প্ৰতিক্ষিত তিৱা পৰিষদৰ নিৰ্বাচন। অহা ১৯ ডিচেম্বৰত ভোট গণনাৰ পিছত আকৌ গঠন হব এখন নতুন পৰিষদ। উল্লেখ্য যে মধ্য অসমৰ তিৱা নিৰ্বাচনৰ ভোট দান প্ৰক্ৰিয়া আজি ৰাতিপুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হয়। ভোটাৰ সকলে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাই ওলাই আহিল ভোট কেন্দ্ৰ লৈ। সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটদানৰ কাৰ্যসূচী আৰম্ভ হল। কিন্তু এই নিৰ্বাচনে তিৱা সকলৰ সম্পূৰ্ণ আশা আকাংক্ষা পুৰ কৰিব পাৰিবনে? নে নিৰ্বাচিত সদস্ সকলে পুনৰ প্ৰতাৰনা কৰিব জনগোষ্ঠীটোক। আজি ভোটদান কৰিব অহা বহুজন ভোটাৰৰ এটাই আশা ন কৈ গঠন হবলগীয়া স্বায়ত্ব পৰিষদ খনে তিৱা জনগোষ্ঠীটোক টিংপাত; এটা দমকল দি দ্বায়িত্ব শেষ নকৰক। তিৱা লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা ষষ্ঠ অনুসুতি অন্তুভুক্তি; তিৱা ভাষা কৃষ্টি সংস্কৃতি উন্নয়ন; তিৱা ভাষা শিক্ষকসকলৰ সমস্যাসমূহ দূৰ কৰাকে ধৰি বিভিন্ন ধৰনৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ স্বাৰ্থত ভোট দান কৰা বুলি বিভিন্নজন নৱিন-প্ৰৱীন ভোটাৰে মত ব্যক্ত কৰে। এতিয়া প্ৰশ্ন হয় খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলৰ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে তিৱা স্বায়ত্ব পৰিষদ গঠন কৰাৰ বাবে"আজি আকৌ এটা নিৰ্বাচন শেষ হল। কিন্তু কিমান উন্নয়ন হব তিৱা স্বায়ত্ব পৰিষদৰ এলেকাত। কিবা আজি বহু প্ৰতিক্ষিত তিৱা পৰিষদৰ নিৰ্বাচনঃ তিৱাসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত ভোটদান বহুজনৰ মধ্য অসমৰ ভূমি পুত্ৰ তিৱা লোকসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ স্বাৰ্থত গঠন কৰা হৈছিল তিৱা স্বায়ত্ব পৰিষদ। কিন্ত পৰিষদখন গঠনৰ পিছত একাংশ নেতাৰ মাজত চলা অৰিয়া অৰিৰ বাবেই স্বায়ত্ব পৰিষদখনৰ উন্নয়নৰ নামত বহু প্ৰশ্ন উত্থাপিত হৈছে। আজি আকৌ অনুষ্ঠিত হল আজি বহু প্ৰতিক্ষিত তিৱা পৰিষদৰ নিৰ্বাচন। অহা ১৯ ডিচেম্বৰত ভোট গণনাৰ পিছত আকৌ গঠন হব এখন নতুন পৰিষদ। উল্লেখ্য যে মধ্য অসমৰ তিৱা নিৰ্বাচনৰ ভোট দান প্ৰক্ৰিয়া আজি ৰাতিপুৱা ৭.৩০ বজাৰ পৰা আৰম্ভ হয়। ভোটাৰ সকলে নিজৰ নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ পুৱাই ওলাই আহিল ভোট কেন্দ্ৰ লৈ। সম্পূৰ্ণ কটকটীয়া নিৰাপত্তাৰ মাজেৰে ভোটদানৰ কাৰ্যসূচী আৰম্ভ হল। কিন্তু এই নিৰ্বাচনে তিৱা সকলৰ সম্পূৰ্ণ আশা আকাংক্ষা পুৰ কৰিব পাৰিবনে? নে নিৰ্বাচিত সদস্ সকলে পুনৰ প্ৰতাৰনা কৰিব জনগোষ্ঠীটোক। আজি ভোটদান কৰিব অহা বহুজন ভোটাৰৰ এটাই আশা ন কৈ গঠন হবলগীয়া স্বায়ত্ব পৰিষদ খনে তিৱা জনগোষ্ঠীটোক টিংপাত; এটা দমকল দি দ্বায়িত্ব শেষ নকৰক। তিৱা লোকসকলৰ দীৰ্ঘদিনীয়া সমস্যা ষষ্ঠ অনুসুতি অন্তুভুক্তি; তিৱা ভাষা কৃষ্টি সংস্কৃতি উন্নয়ন; তিৱা ভাষা শিক্ষকসকলৰ সমস্যাসমূহ দূৰ কৰাকে ধৰি বিভিন্ন ধৰনৰ দীৰ্ঘদিনীয়া সমস্যা সমূহৰ সমাধানৰ স্বাৰ্থত ভোট দান কৰা বুলি বিভিন্নজন নৱিন-প্ৰৱীন ভোটাৰে মত ব্যক্ত কৰে। এতিয়া প্ৰশ্ন হয় খিলঞ্জীয়া ভূমিপুত্ৰ তিৱাসকলৰ আত্ম নিয়ন্ত্ৰণৰ অধিকাৰৰ বাবে তিৱা স্বায়ত্ব পৰিষদ গঠন কৰাৰ বাবে"আজি আকৌ এটা নিৰ্বাচন শেষ হল। কিন্তু কিমান উন্নয়ন হব তিৱা স্বায়ত্ব পৰিষদৰ এলেকাত। কিবা উত্তৰ আছে নে জাতি ;মাটি ;ভেটিৰ শ্লগান দিয়া চৰকাৰখনৰ হাতত।   প্ৰতিবিম্ব লাইভ 'প্ৰতিবিম্ব লাইভ' অসমৰ ডিজিটেল সংবাদ মাধ্যমত এক নৱতম সংযোজন।

Attachments area

No comments