১৭ ডিচেম্বৰ-আগন্ত তিৱা শায়ত্ব পৰিযদৰ নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট প্ৰচাৰ ৰ বাবে তিৱা পৰিযদৰ নং ৩১,সমষ্টিৰ বিজেপি প্ৰাৰ্থী মদন বৰ...
১৭ ডিচেম্বৰ-আগন্ত তিৱা শায়ত্ব পৰিযদৰ নিৰ্বাচনৰ ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষে ভোট প্ৰচাৰ ৰ বাবে তিৱা পৰিযদৰ নং ৩১,সমষ্টিৰ বিজেপি প্ৰাৰ্থী মদন বৰদলৈ সপক্ষে বিভিন্ন গাঁৱৰ নিৰ্বাচনী প্ৰচাৰৰ অভিযান তিব্ৰতৰ কৰা লগতে প্ৰতিটো গাওঁৰ ৰাইজৰ লগতে মত বিনিময় কৰে আৰু সভাৰ ও আযোজন কৰে, যেনে ৰংফং আৰং,পখৰি গাও,পিনপৌ আৰং ,হাবে ৰং,বাম ৰং,পকাই গাওঁৰ, লংএটচৈ,হাৰপৌ সোনাই আৰং,আৰলংডংকি,ইত্যাদি,লগতে ভাযণত উল্লেখ চিইএম তুলিৰাম ৰংহাঙে কয় যে বিজেপি চৰকাৰে ৰাইজৰ উন্নতি মূলক কাম সদায় কৰিব লগতে সকলো জনগোষ্ঠীৰ লগতে সমান অধিকাৰ প্ৰদান কৰিব। অনাগত দিনত তিৱা পৰিযদৰ সৰবাংগ উন্নতি বাবে কাম কৰি যাব,নিৰ্বাচন সভাৰ উপস্থিত থাকে, কাৰবি পৰিযদৰ কাৰ্য্যবাহী সদস্য প্ৰদীপ ৰংপী, কাচে ৰংপী পী,মনোনীত সদস্য চিমা ৰংহাংপী, ডিফু সাংসদ হৰেন চিং বে,প্ৰাক্তন বিধায়ক বিদাচিং ইংলেণ্ড, প্ৰাক্তন সাংসদ,নগাঁও সমষ্টিৰ লগতে কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই ,বিজেপি প্ৰাৰ্থী নং ৩১ লালুংপাৰ সমষ্টিৰ মদন বৰদলৈ আৰু অন্যান্য বিজেপি কৰ্মকৰ্তা সকল উপস্থিত থাকে।
No comments