Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ৰূপজান হাইস্কুলৰ নৱনির্মিত তোৰন উন্মোচন

গণ বাৰ্তা,ফিল'বাৰী,১৭ ডিচেম্বৰ : আজি তিনিচুকীয়া জিলাৰ ফিল'বাৰী ৰূপজান গাঁও নিবাসী আনন্দ বৰা আৰু তেওঁৰ পত্নী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ...


গণ বাৰ্তা,ফিল'বাৰী,১৭ ডিচেম্বৰ : আজি তিনিচুকীয়া জিলাৰ ফিল'বাৰী ৰূপজান গাঁও নিবাসী আনন্দ বৰা আৰু তেওঁৰ পত্নী অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী কিৰণ বৰুৱা বৰা তথা তেওঁৰ পৰিয়ালে আগবঢ়োৱা এখনি তোৰন উন্মোচন কৰা হয়। স্থানীয় ৰূপজান উচ্চ মাধ্যমিক বিদ্যালয়, ৰূপজান মধ্য ইংৰাজী বিদ্যালয় আৰু ৰূপজান প্ৰাথমিক বিদ্যালয়ৰ বাবে নিৰ্মান কৰি উলিওৱা এই তোৰন খনি উন্মোচন কৰে তিনিচুকীয়া জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক বিতোপন হাজৰিকাই। প্ৰায় দুই লাখ টকা খৰচ কৰি নিৰ্মান কৰা এই তোৰন খনিৰ উন্মোচনী অনুষ্ঠানত তিনিচুকীয়া জিলা হাইস্কুল শিক্ষক সন্থাৰ সম্পাদক প্ৰদীপ শইকীয়া, গাভৰুভেটি হিন্দী হাইস্কুলৰ প্ৰধান শিক্ষক সুদৰ্শন কৈৰী সহ বহু কেইজন গণ্য মান্য ব্যক্তি তথা ৰূপজান গাঁৱৰ ৰাইজ উপস্থিত থাকে। 

No comments