Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বিহালীৰ মোনাবাৰীত কীৰ্ত্তন সংঘক সমাজকৰ্মী জয়ন্ত বৰাৰ ঢোল,নেগেৰা বিতৰণ

গণ বাৰ্তা,  বৰগাং, ১৩ডিচেম্বৰ: -সমাগত ২১চনৰ  বিধানসভা নিৰ্বাচন। বিধানসভা  নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰো সি...


গণ বাৰ্তা,  বৰগাং, ১৩ডিচেম্বৰ: -সমাগত ২১চনৰ  বিধানসভা নিৰ্বাচন। বিধানসভা  নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰো সিমানেই বৃদ্ধি পাবলৈ ধৰিছে।কংগ্ৰেছ -বিজেপিৰ সমান্তৰাল ভাৱে কিছু  ব্যক্তি বিশেষেও সমষ্টি সমষ্টিয়ে  আৰম্ভ কৰিছে নিৰ্বাচনী তৎপৰতা। আজি বিহালী বিধানসভা সমষ্টিৰ মোনাবাৰী চাহ বাগিছাত নিৰ্বাচন কেন্দ্ৰিক প্ৰচাৰ কৰাৰ উদ্দেশ্যে সমাজকৰ্মী জয়ন্ত বৰাই নিউলাইন কীৰ্ত্তন সংঘক ঢোল, নেগেৰা আদি বিতৰণ কৰি ৰাইজৰ পৰা আশীষ বিচাৰে ।উল্লেখযোগ্য যে সমাজকৰ্মী বৰাই ইয়াৰ পূৰ্বেও  বিভিন্ন সময়ত দুখীয়া -দৰিদ্ৰ মানুহবোৰক সহায়ৰ হাত আগবঢ়ায় আহিছে।সমাজকৰ্মী  বৰাৰ এনে ব্যতিক্ৰমী প্ৰচেষ্টাৰ প্ৰশংসা কৰিছে ৰাইজে ।

No comments