Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

জামুগুৰিহাটৰ সৃষ্টিনন্দা বৰাৰ শিৰত জিলিকিল মিচ গ্ৰেণ্ড আচাম - ২০২০ ৰ মুকুট

  গন বাৰ্তা জামুগুৰিহাটঃ২৩ডিচেম্বৰঃ- জামুগুৰিহাটৰ সৃষ্টিনন্দা বৰাৰ শীৰত জিলিকিল গ্ৰেণ্ড আচাম-২০২০ বিজয়ীৰ মুকুট।বালিপৰাৰ হ'ৰ্ণবিল লজত ...


 গন বাৰ্তা জামুগুৰিহাটঃ২৩ডিচেম্বৰঃ- জামুগুৰিহাটৰ সৃষ্টিনন্দা বৰাৰ শীৰত জিলিকিল গ্ৰেণ্ড আচাম-২০২০ বিজয়ীৰ মুকুট।বালিপৰাৰ হ'ৰ্ণবিল লজত 'শীৰ্ষ' প্ৰডাকচনৰ বেনাৰত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা খনিত ষোড়শী  যুৱতী গৰাকীয়ে এই খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।সৃষ্টিনন্দা বৰা জামুগুৰিহাটৰ ব্লক কলণি নিৱাসী তথা নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰা আৰু লাকী বৰাৰ কন্যা। সৃষ্টিনন্দাৰ এই সাফল্যৰ বাবে জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে যুৱতী গৰাকীক অভিনন্দন জ্ঞাপন কৰিছে। উল্লেখ্য যে সৃষ্টিনন্দা বৰা উচ্চতৰ মাধ্যমিকৰ প্ৰথম বাৰ্ষিকৰ  ছাত্ৰী।

No comments