Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ সৰুচৰাইত বিজেপিৰ শক্তি সন্মিলন সম্পন্ন

পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,১৬ ডিচেম্বৰ: উত্তৰ-পশ্চিম যোৰহাট উন্নয়ণ খণ্ডৰ ৪৫ নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তৰ এলেকভূক্ত ১০টা ইউনিটৰ বিজেপি ক...


পংকজ কুমাৰ দাস,পশ্চিম যোৰহাট,১৬ ডিচেম্বৰ: উত্তৰ-পশ্চিম যোৰহাট উন্নয়ণ খণ্ডৰ ৪৫ নং পশ্চিম সৰুচৰাই গাঁও পঞ্চায়তৰ এলেকভূক্ত ১০টা ইউনিটৰ বিজেপি কৰ্মীসকলৰ উপস্থিতিত শক্তি সন্মিলন ত্ৰি-শ্বহীদ মঞ্চ প্ৰেক্ষাগৃহত ১৬ ডিচেম্বৰত অনুষ্ঠিত হয়। প্ৰমুখ ৰাজেন সাউদৰ সভাপতিত্বত অনুষ্ঠিত সন্মিলনৰ উদ্দেশ্যে ব্যাখ্যা কৰে প্ৰশান্ত বৰাই।মণ্ডলৰ সভাপতি চিত্ৰৰঞ্জন দাস,প্ৰভাৰী দীপক দাস,যোৰহাট জিলা পৰিষদৰ সৰুচৰাইৰ সদস্য মঞ্জু দত্ত,আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতুমণি বৰা,গাঁও পঞ্চায়তৰ সভাপতি প্ৰশান্ত বৰা,আঞ্চলিক সদস্যা জ্যোতি বৰা,ইউনিট সদস্য সুশীল বৰুৱা, দিপামণি কলিতা,ববী শইকীয়াৰ লগতে বিজেপি কৰ্মীসকল উপস্থিত থকা সন্মিলনত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে গ্ৰাম্যাঞ্চলৰ ৰাইজৰ বাবে আগবঢ়োৱা বিভিন্ন আঁচনিসমূহৰ সম্পৰ্কত আলোচনা কৰাৰ লগতে প্ৰচাৰৰ ক্ষেত্ৰত দলীয় কৰ্মীসকলৰ কৰণীয় দিশটো বিস্তাৰপূৰ্বক  আলোচনা কৰা হয়।

No comments