Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত যোৰহাটৰ গড়মূৰ বিদ্যালয়ৰ সাফল্য

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১ ডিচেম্বৰ :   ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত যোৰহাটৰ গড়মূৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঁচ জন শিক্ষাৰ্থ...




ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১ ডিচেম্বৰ :   ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰী বিশেষ বৃত্তি পৰীক্ষাত যোৰহাটৰ গড়মূৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পাঁচ জন শিক্ষাৰ্থীয়ে বৃত্তি লাভ কৰি বিদ্যালয়ৰ লগতে অঞ্চলটোলৈ  গৌৰৱ কঢ়িয়াই আনে । বৃত্তি লাভ কৰা ছাত্ৰ ছাত্ৰী সকল হল প্ৰিয়া দাস,  বনশ্ৰী দত্ত, শিৱ ডেকা, প্ৰণিতা কৈৰী আৰু নৱনীতা নায়ক । শিক্ষাৰ্থীসকলৰ সফলতাত বিদ্যালয় খনৰ প্ৰধান শিক্ষয়িত্ৰী মালৱিকা পূজাৰীৰ লগতে বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰীসকলে সন্তুষ্টি প্ৰকাশ কৰিছে ।

No comments