• ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সোনজ্যোতি বৰুৱাক আছুৰ পৰা বহিস্কাৰ। • অসামাজিক কাম কাজত লিপ্ত থকাৰ অভিযোগ সোনজ্যোতি বৰুৱাৰ বিৰুদ্ধে। • আন...
• ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি সোনজ্যোতি বৰুৱাক আছুৰ পৰা বহিস্কাৰ।
• অসামাজিক কাম কাজত লিপ্ত থকাৰ অভিযোগ সোনজ্যোতি বৰুৱাৰ বিৰুদ্ধে।
• আনহাতে দিগন্ত কলিতাক ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতিৰ দায়িত্ব অৰ্পণ।
• আজি এই কথা এক প্ৰেছ বিজ্ঞপ্তি যোগে সংবাদ মাধ্যমক জনায় সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ কাৰ্যালয়ৰ পৰা।
No comments