Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

গহপুৰত ৰিপুন বৰাৰ সংবাদ মেল; অমিত শ্বাহৰ অসম ভ্ৰমনক লৈ কটাক্ষ

  গণ বাৰ্তা বিশেষ,গহপুৰ, ২৬ ডিচেম্বৰ: আজি গহপুৰত অনুষ্ঠিত কৰে এক সংবাদ মেল । সংবাদ মেলত ৰিপুন বৰাই কয়-গৃহ মন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাতো আমি...

 


গণ বাৰ্তা বিশেষ,গহপুৰ, ২৬ ডিচেম্বৰ: আজি গহপুৰত অনুষ্ঠিত কৰে এক সংবাদ মেল । সংবাদ মেলত ৰিপুন বৰাই কয়-গৃহ মন্ত্ৰী অমিত শ্বাহ অসমলৈ অহাতো আমি আদৰনি জনাইছো । কিন্তু বানপানী সময়ত অসমলৈ অহাটোহে প্ৰয়োজন আছিলে । বিজেপিলৈ ৰিপুন বৰাৰ প্ৰশ্ন অমিত শ্বাহ অসমলৈ অহাটো এনে কি কাৰন দহ হাজাৰ চাকি জ্বলাই অমিত চাহক আদৰনি জনাব লগীয়া হল । অসম চুক্তি নচ্যাৎকাৰী¸ কা আইন জাপি দিয়া অমিত শ্বাহক আদৰনি জনোৱাটো কিমান যুক্তি আছে তেওঁ অসমৰ উন্নয়নৰ বাবে এনে কি কাম কৰিলে । অমিত শ্বাহক বেংগল ভ্ৰমনৰ পিছত বেংগলত জুই জ্বলিছে ভাগ ভাগ হৈছে¸ সংঘৰ্ষ হৈছে তেওঁ সেই সংঘৰ্ষ অসমত কৰিব আহিছে । ২০০২ চনত অমিত শ্বাহ গুজৰাতৰ গৃহ ৰাজ্য মন্ত্ৰী হৈ থকা সময়ত গুজৰাতৰ সংঘৰ্ষত হাজাৰ হাজাৰ মানুহৰ মৃত্যু হৈছিল । অসমৰ নিৰ্বাচনৰ প্ৰাকক্ষনত মেৰুকৰন কৰিব বিছাৰিছে । উদেশ্য হল তেওঁলোকৰ বিফলতা গাপ দিয়া । এনে এজন ব্যক্তিক ভগৱানৰ শাৰিলৈ লৈ গল ৰাজ্যিক  বিজেপে । সংবাদ মেল খনত সভাপতি গৰাকীয়ে কয় অজন্তা-ৰাজদ্বীপ আমাৰ দলৰ মানুহ নহয় । বিজেপি দলৰ নিজৰ নেতা কৰ্মী ওপৰতে বিশ্বাস নাই । সেয়ে অন্য দলৰ নেতাক বিভিন্ন ভয় ভাবুকিৰে অন্য দলৰ নেতাক হায়াৰ কৰি নিয়ে । 

No comments