Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট গঁড়আলিৰ ৰাৰ্ব্বানী মাৰ্কেটৰ স্বত্বাধিকাৰী ইকবাল শ্বাহজাহানৰ মৃত্যু

ষ্টাফ ৰিপৰ্টাৰ, ৬ ডিচেম্বৰ :    যোৰহাট নগৰৰ গঁড় আলিৰ নিৰ্বাসী তথা  ৰাৰ্ব্বানী মাৰ্কেটৰ স্বত্বাধিকাৰী ইকবাল শ্বাহজাহানৰ(৫৮) আজি পুৱতি নিশা প্...



ষ্টাফ ৰিপৰ্টাৰ, ৬ ডিচেম্বৰ :    যোৰহাট নগৰৰ গঁড় আলিৰ নিৰ্বাসী তথা  ৰাৰ্ব্বানী মাৰ্কেটৰ স্বত্বাধিকাৰী ইকবাল শ্বাহজাহানৰ(৫৮) আজি পুৱতি নিশা প্ৰায় ৩:৩০ মান বজাত নিজ বাসগৃহতে  ইহলীলা বৰণ কৰে । মৃত্যুৰ সময়ত তেওঁ পত্নী, দুই পুত্ৰ, বোৱাৰী,ভাতৃকে আদি কৰি বহু পৰিয়াল ইহ:সংসাৰত এৰি থৈ গৈছে । আজি  সন্ধিয়া যোৰহাট কবৰস্থাত তেওঁৰ জানাজা সম্পন্ন কৰা হয় । উল্লেখ্য যে কিছু দিনৰ পৰা ইকবাল দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ ভুগি আছিল । আজি  পুৱতি নিশা তেওঁৰ স্বাস্থ্য অৱনতি হৈ বাথৰুমলৈ যাওঁতে বাথৰুমতে পৰি মৃত্যু হয় যদিও  পৰিয়ালৰ লোকে যোৰহাট মেডিকেল কলেজলৈ লৈ যায় যদিও চিকিৎসকে মৃত্যু হোৱা বুলি কয় । লোকজনৰ মৃত্যুত গড় আলিত শোকৰ ছাঁ পৰিছে ।

No comments