Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত প্ৰয়াত দিলাৰা বেগমৰ কাব্য গ্ৰন্থ উন্মোচন

   ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,২৬ ডিচেম্বৰ: পুলিবৰ সাহিত্য সভা আৰু সংস্কৃতি প্ৰকাশনৰ উদ্যোগত যোৰহাটৰ পুলিবৰত শুকুৰবাৰে উন্মোচন হয় প্ৰয়াত কবি দি...


  ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট ,২৬ ডিচেম্বৰ: পুলিবৰ সাহিত্য সভা আৰু সংস্কৃতি প্ৰকাশনৰ উদ্যোগত যোৰহাটৰ পুলিবৰত শুকুৰবাৰে উন্মোচন হয় প্ৰয়াত কবি দিলাৰা বেগমৰ কাব্য গ্ৰন্থ হিৰ্দয়ৰ গুঞ্জন  । পুলিবৰ সাহিত্য সভাৰ সভাপতি হেমচন্দ্ৰ শইকীয়াই সভাপতিত্ব কৰা গ্ৰন্থ উন্মোচনী সভাখনত প্ৰয়াত কবি গৰাকীৰ কাব্য গ্ৰন্থখন উন্মোচন কৰে যোৰহাট জিলাৰ সাহিত্য সভাৰ সভাপতি ৰাতুল বৰাই । উক্ত গ্ৰন্থ উন্মোচনী সভাত  বিশিষ্ট সাহিত্যিক ড0 কুটুবুদ্দিন আহমেদ ,কবি পৰাণ বৰুৱা , সাহিত্যিক যুগমায়া গগৈ , কবি আৰেছা বেগম, মফিদা বেগম ,অলক সেনাপতি ,চৈয়দ পাৰভিজ হুছেইন , মাধৱ মহন্তকে ধৰি বহু কেইজন বিশিষ্ট ব্যক্তি উপস্থিত আছিল  ।


No comments