Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

২০২১ চনৰ নিৰ্বাচনত মামাৰ বিচাৰ কৰিব ভাগিনহতে: নেকিবুৰ ৰহমান হাজৰীকা

গণবাৰ্তা, বেচামাৰি ২৬ ডিচেম্বৰ:  আজি অনুষ্ঠিত হোৱা ধিং সমষ্ঠিৰ অন্তৰ্গত তাতিকটা পথাৰত নিৰ্বাচনী সভাত বিজেপিয়ে সাম্প্ৰদায়িক   ৰাজনীতি কৰি মন্...


গণবাৰ্তা, বেচামাৰি ২৬ ডিচেম্বৰ: আজি অনুষ্ঠিত হোৱা ধিং সমষ্ঠিৰ অন্তৰ্গত তাতিকটা পথাৰত নিৰ্বাচনী সভাত বিজেপিয়ে সাম্প্ৰদায়িক  ৰাজনীতি কৰি মন্দিৰত গো মাংস আৰু মছজিদত গাহৰি মাংস এই কাম বিজেপি আৰু আৰ এচ এচে কৰা বুলি বিস্ফুৰক মন্তব্য ৰাইজৰ দলৰ ৷ বিজেপিক যদি প্ৰতিসত নকৰে তেন্তে অসম থান বান হৈ যাব। এইদৰে ভাষণ প্ৰসংগত বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰে ৰাইজৰ দলৰ নগাঁও জিলা প্ৰতিনিধি প্ৰকাশ বৰুৱা ৷ আজি  অনুষ্ঠিত হোৱা ধিং সমষ্ঠিৰ তাতিকটাত  সভাত প্ৰকাশ বৰুৱা AIUDF- BJP দলৰ বিৰুদ্ধেও আক্ৰমণাত্মক ভাষণ প্ৰদান কৰে। তেওঁ আগন্তুক  ২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনত সাম্প্ৰদায়িক দল সমূহক অসমৰ পৰা উৎখাত কৰিবলৈ ৰাইজক আহ্বান জনাই। কেইবা সহস্ৰাধিক ৰাইজৰ উপস্থিতিত থকা সভাত প্ৰকাশ বৰুৱা লগতে দলটিৰ জিলা সমন্বয়ক বুবুল শৰ্মা, ধিং সমষ্টিৰ জিলা প্ৰতিনিধি নেকিবুৰ ৰহমান হাজৰীকা ভাষন প্ৰদান কৰে। সভাত ৰাইজৰ দলৰ টিকট প্ৰত্যাশী সকলে একেলগে দলৰ কাম কৰি যাব বুলি  প্ৰতিশ্ৰুতি প্ৰদান কৰিছে।

No comments