Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ বন্ধকৰাৰ বিৰুদ্ধে সদৌ ডিব্ৰুগড় ছাত্ৰ সন্থাৰ উদ্যোগত "বিক্ষোভ কায্যসূচী"

গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৫ ডিচেম্বৰ: প্ৰসাৰ ভাৰতীৰ হঠকাৰী সিদ্ধান্তৰ পৰিণতিত ডিব্ৰুগড়ৰ দূৰদৰ্শন কেন্দ্ৰ সংকতৰ গৰাহত পৰাৰ পাছতে ব্যয় সংকোচ...


গণবাৰ্তা বিশেষ, ডিব্ৰুগড়, ১৫ ডিচেম্বৰ: প্ৰসাৰ ভাৰতীৰ হঠকাৰী সিদ্ধান্তৰ পৰিণতিত ডিব্ৰুগড়ৰ দূৰদৰ্শন কেন্দ্ৰ সংকতৰ গৰাহত পৰাৰ পাছতে ব্যয় সংকোচনৰ দোহাই দি এইবাৰ বিজেপি চৰকাৰখনৰ শেনচকু পৰিছে ডিব্ৰুগড়ৰ বৈৰাগীমঠ-কনভয় ৰোডত অৱস্থিত  ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰৰ ওপৰত । উজনি অসমৰ ঐতিহ্যমণ্ডিত ডিব্ৰুগড়ৰ জিলাৰ প্ৰচাৰ মাধ্যমৰ ভিতৰত অতি পুৰণি অনাতাঁৰ কেন্দ্ৰটো এতিয়া বিজেপি চৰকাৰ খনে  বন্ধ কৰিবলৈ লোৱা সিদ্ধান্তত ক্ষোভিত হৈ পৰিছে উজনি অসমৰ শিল্পী, কলা কুশলী তথা ডিব্ৰুগড়ৰবাসী ৰাইজে  । আৰু সেই উদ্দেশ্যেই আজি ডিব্ৰুগড়ৰ জিলাৰ ছাত্ৰ সন্থাৰ উদ্যোগত বিক্ষোভ কাৰ্যসূচীৰে জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলৰ সকলৰ লগতে অন্যান্য জাতি জনগোষ্ঠীৰ দল সংগঠন আৰু জিলাখনৰ বিভিন্ন শিল্পী, কলা কুশলীৰ লগতে সদাশয় ব্যক্তিৰ উপস্থিত অনাতাঁৰ কেন্দ্ৰটো জীয়াই ৰখাৰ স্বাৰ্থত ৰাজপথত  "-ডিব্ৰুগড় অনাতাঁৰ কেন্দ্ৰ বন্ধ কৰা নচলিব, আকাশবাণী ডিব্ৰুগড়ৰ উজনিৰ প্ৰাণকেন্দ্ৰ হৰন ভগন নচলিব, আমাৰ কন্ঠ কোনেও ৰোধ কৰিব নোৱাৰে , আকাশবাণী ডিব্ৰুগড়ক পংগু কৰিবলৈ দিয়া নহব" আদি শ্ল'গানেৰে আকাশ বতাহ একাকাৰ কৰি তোলে ।


No comments