Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

মামনি ৰয়ছম গোস্বামীৰ স্মৃতিত নলবাৰীত 'একাঁজলি শ্ৰদ্ধাঞ্জলি' অনুষ্ঠানৰ লগতে অন্তৰংগ আলাপ অনুষ্ঠান সম্পন্ন

  ষ্টাফ ৰিপ'ৰ্টাৰ ,নলবাৰী,২ ডিচেম্বৰঃ জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীৰ মৃত্যু তিথি উপলক্ষে ২৯ নৱেম্বৰত নলবাৰীত 'একাঁজলি শ্ৰদ...

 

ষ্টাফ ৰিপ'ৰ্টাৰ ,নলবাৰী,২ ডিচেম্বৰঃ জ্ঞানপীঠ বঁটা বিজয়ী মামনি ৰয়ছম গোস্বামীৰ মৃত্যু তিথি উপলক্ষে ২৯ নৱেম্বৰত নলবাৰীত 'একাঁজলি শ্ৰদ্ধাঞ্জলি' অনুষ্ঠানৰ লগতে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়এই উপলক্ষে নলবাৰী চহৰৰ বিকল্প পথত অনুষ্ঠিত সভাখনৰ সভাপতিত্ব কৰে অবসৰপ্ৰাপ্ত কৃতী শিক্ষক প্ৰদীপ শৰ্মাইপশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা অপৰ্না দেৱীৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত ৰাতিপুৱাৰ ভাগত মামনি ৰয়চম গোস্বামীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে পশ্চিম নলবাৰী কনিষ্ঠ মহাবিদ্যালয়ৰ প্ৰৱক্তা অপৰ্না দেৱী আৰু ববিতা বৰ্মনে

মাল্যাৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰে বি আৰ মেধি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষয়িত্ৰী হিমাশ্ৰী কলিতাইএই উপলক্ষে অপৰ্না দেৱীৰ বাসগৃহত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত প্ৰকৃতিপ্ৰেমী ভুপেন দাস,ধমধমা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক মুকুন্দ কলিতা,দক্ষিণ নলবাৰী কলেজৰ প্ৰাক্তন অধ্যক্ষ ৰাধানাথ কলিতাই মামনি ৰয়চম গোস্বামীৰ জীৱনৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰেউক্ত অনুষ্ঠানত প্ৰৱক্তা ধীৰেন লহকৰ,বনশ্ৰী কলিতা,মীনাক্ষি দেৱীকে ধৰি কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকেশলাগৰ শৰাই আগবঢ়াই বাঁহজানী জাতীয় বিদ্যালয়ৰ অধ্যক্ষ শশীন্দ্ৰ শৰ্মাই

No comments