গণ বাৰ্তা বিশেষ কলগাছিয়া ১৪ ডিচেম্বৰ : জনীয়া সমষ্টিৰ কলগাছিয়াৰ বলাইপাথাৰ গাৱত আজি হিউমেন ডেভেলপমেন্ট ছোছাইটীৰ উদ্যোগত এখন বৃক্ষৰোপন কাৰ্যসূচ...
গণ বাৰ্তা বিশেষ কলগাছিয়া ১৪ ডিচেম্বৰ : জনীয়া সমষ্টিৰ কলগাছিয়াৰ বলাইপাথাৰ গাৱত আজি হিউমেন ডেভেলপমেন্ট ছোছাইটীৰ উদ্যোগত এখন বৃক্ষৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয়। ডেভেলপমেণ্ট ছোছাইটীৰ সচিব প্ৰধান এডভোকেট হবিবৰ ৰহমানে জানিবলৈ দিয়া মতে আজি বলাইপাথাৰ গাৱৰ বিভিন্ন ৰাজহুৱা স্থান ও শিক্ষা প্ৰতিষ্ঠানত বৃক্ষৰোপন কাৰ্যসূচী গ্ৰহণ কৰা হয়। এন জি অ ৰ এই পদক্ষেপক অঞ্চলটোৰ বিভিন্ন মহলে আদৰণি জনায় ।
No comments