• পাঞ্জাবৰ বিখ্যাত কবি সুৰজিত পাটৰে ঘুৰাই দিব পদ্মশ্ৰী পুৰস্কাৰ • সুৰজিত পাটৰ পাঞ্জাবৰ চতুৰ্থজন ব্যক্তি, যিজনে কৃষক আন্দোলনৰ সমৰ্থনত পদ্ম পু...
• পাঞ্জাবৰ বিখ্যাত কবি সুৰজিত পাটৰে ঘুৰাই দিব পদ্মশ্ৰী পুৰস্কাৰ
• সুৰজিত পাটৰ পাঞ্জাবৰ চতুৰ্থজন ব্যক্তি, যিজনে কৃষক আন্দোলনৰ সমৰ্থনত পদ্ম পুৰস্কাৰ উভতাই দিয়াৰ কথা ঘোষণা কৰে।
• বিখ্যাত কবি পাটৰে কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখা কৃষক সকলৰ সমৰ্থনত পদ্মশ্ৰী পুৰস্কাৰ ঘুৰাই দিয়াৰ কথা ঘোষণা কৰে সোমবাৰে।
• ২০১২ চনত সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত উল্লেখনীয় অৱদান আগবঢ়োৱাৰ বাবে পদ্মশ্ৰী সন্মান লাভ কৰিছিল বিখ্যাত কবি সুৰজিত পাটৰে ।
No comments