এদিলেড, ১৯ডিচেম্বৰ: অষ্ট্ৰেলিয়াৰ দ্ৰুত বেগী বলাৰ যোশ হিজলবুডে টেষ্টত ২০০টা উইকেট দখল কৰাৰ গৌৰৱ অর্জন কৰিছে। তেওঁ ভাৰতৰ বিৰুদ্ধে এদিলেডত অনু...
এদিলেড, ১৯ডিচেম্বৰ: অষ্ট্ৰেলিয়াৰ দ্ৰুত বেগী বলাৰ যোশ হিজলবুডে টেষ্টত ২০০টা উইকেট দখল কৰাৰ গৌৰৱ অর্জন কৰিছে। তেওঁ ভাৰতৰ বিৰুদ্ধে এদিলেডত অনুষ্ঠিত হোৱা দিবা-নৈশ টেষ্টৰ তৃতীয় দিনা এই সফলতা অৰ্জন কৰিছে। তেওঁ দ্বিতীয় ইনিংছত ভাৰতৰ বিৰুদ্ধে পাঁচটা উইকেট দখল কৰে। তেওঁ এই সফলতাৰ পিছত কয় যে, পৰিকল্পনা অনুযায়ী সকলো হৈ উঠিছে। ২০০টা উইকেট দখল কৰি গৌৰৱ অনুভৱ কৰিছো।
No comments