Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰক্ষেত্ৰীত শিশু ধৰ্ষণ কাণ্ড

গণবাৰ্তা বিশেষ,মুকালমুৱা,৭ ডিচেম্বৰ: বৰক্ষেত্ৰীত পুনৰ সংঘটিত হৈছে শিশু ধৰ্ষণৰ ঘটনা। বৰক্ষেত্ৰীৰ ২নং লাৰকুছিত এটি ৭ বছৰীয়া শিশু কামনাৰ বলি ...

গণবাৰ্তা বিশেষ,মুকালমুৱা,৭ ডিচেম্বৰ: বৰক্ষেত্ৰীত পুনৰ সংঘটিত হৈছে শিশু ধৰ্ষণৰ ঘটনা। বৰক্ষেত্ৰীৰ ২নং লাৰকুছিত এটি ৭ বছৰীয়া শিশু কামনাৰ বলি হৈছে একেখন গাৱৰেঁ জয়নাল আবেদিন নামৰ লম্পট এজনৰ হাতত। জানিব পৰা মতে- নিজ গৃহৰ পৰা ফুচুলাই নি অসৎ কাৰ্য্যত লিপ্ত হয় জয়নাল আবেদীনে। পিছত ঘটনাৰ উমান পাই শিশুটোৰ পৰিয়ালে মুকালমুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল‌ কৰে। আৰক্ষীয়ে ঘটনাটোৰ তদন্ত অব্যাহত ৰাখে যদিও অদ্যপিলৈ উক্ত অভিযুক্তজন পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে।

No comments