গণবাৰ্তা , লাহৰীঘাট ২৩ ডিচেম্বৰ : লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিন ছেনিমাৰী গাৱত ভয়াৱহ অগ্নিকাণ্ড সংগঠিত হয় । অগ্নিকাণ্ডত মস্তুোফা আহ...
গণবাৰ্তা , লাহৰীঘাট ২৩ ডিচেম্বৰ : লাহৰীঘাট আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিন ছেনিমাৰী গাৱত ভয়াৱহ অগ্নিকাণ্ড সংগঠিত হয় । অগ্নিকাণ্ডত মস্তুোফা আহমেদ , নিজাম উদ্দিন , আক্কাছ আলী , নাজমুল হক , জুবাইৰ আহমেদ আৰু আবিদ আহমেদৰ বাসগৃহ সম্পূৰ্নৰূপে জুইত জাহ যায় ।প্ৰায় ২০ লখ্যাধিক টকাৰ লগতে বহু মূল্যৱান নথি পত্ৰৰ ক্ষয় ক্ষতি হোৱা বুলি জানিব পৰা গৈছে । বাতৰি লিখা পৰলৈকে অগ্নিকাণ্ড সংঘটিত হোৱাৰ কাৰন জানিব পৰা নাই ।
No comments