Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট কেন্দুগুৰিৰ বিশিষ্টা বয়োজ্যেষ্ঠ মহিলা ধনদা দেৱীৰ মৃত্যু

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৭ নৱেম্বৰ -- যোৰহাট কেন্দুগুৰি ২ নং বামুণ গাঁৱৰ নিৰ্বাসী এগৰাকী উচ্চভাবাপূর্ণ বিশিষ্টা বয়োজ্যেষ্ঠ মহিলা ধনদা দেৱীৰ ...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২৭ নৱেম্বৰ -- যোৰহাট কেন্দুগুৰি ২ নং বামুণ গাঁৱৰ নিৰ্বাসী এগৰাকী উচ্চভাবাপূর্ণ বিশিষ্টা বয়োজ্যেষ্ঠ মহিলা ধনদা দেৱীৰ আজি পুৱা ৭ বজাত গন্ধিয়া ফুকন চুবুৰীৰ নিজা বাসগৃহত পৰলোক হয় । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৩ বছৰ । প্ৰয়াত মুকুট শৰ্মাৰ সহধৰ্মিনী ধনদা দেৱীয়ে মৃত্যুৰ সময়ত তিনিজন পুত্ৰ,চাৰি গৰাকী জী ,নাতি - নাতিনী সহ এক বৃহৎ পৰিয়াল ইহ:সংসাৰত এৰি থৈ গৈছে । উল্লেখ্য যে অত্যন্ত মেধাসম্পন্ন বিদুষী মহিলা গৰাকী এটা সময়ত বহুতৰে পথ প্ৰদৰ্শক আছিল ।বিভিন্ন অনুষ্ঠান প্ৰতিস্থান সৈতে নিবিড় ভাবে জড়িত ধৰ্মপ্ৰাণ বয়োজ্যেষ্ঠ মহিলা গৰাকীৰ মৃত্যুত কেন্দুগুৰি সাংস্কৃতিক সমাজ , ২ নং বামুণ গাঁবৰ নামঘৰ পৰিচালনা সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰে ।

No comments