ষ্টাফ ৰিপৰ্টাৰ যোৰহাট,১৭ নৱেম্বৰ : ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত পূব যোৰহাটৰ পীড়াকটাৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্...
ষ্টাফ ৰিপৰ্টাৰ যোৰহাট,১৭ নৱেম্বৰ : ২০১৯ বৰ্ষৰ মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি পৰীক্ষাত পূব যোৰহাটৰ পীড়াকটাৰ মহেশ্বৰ বৰকটকী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছজন শিক্ষাৰ্থীয়ে বৃত্তি লাভ কৰিছে।বৃত্তি লাভ কৰা ছাত্ৰ-ছাত্ৰী সকল হ'ল ক্ৰমে বাঁওফালৰ পৰা দেৱাংক ফুকন,মুনমীজ্যোতি বৰুৱা,চয়নিকা বৰুৱা, কৃষ্ণা বুঢ়াগোহাঁই,বৰ্ষা বুঢ়াগোহাঁই আৰু ৰুচিস্মিতা বৰা।ছাত্ৰ-ছাত্ৰী সকলৰ সাফল্যত বিদ্যালয়ৰ অধ্যক্ষা মেৰিনা বেগমে সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে অভিনন্দন জনাইছে।
No comments