Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত বিজেপিৰ অ বি চি মৰ্চাৰ সভা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৯ নৱেম্বৰ :  অসম সাহিত্য সভাৰ যোৰহাটস্থিত কার্যলয়ত আজি বিজেপিৰ যোৰহাট জিলাৰ অ বি চি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ৯ নৱেম্বৰ :  অসম সাহিত্য সভাৰ যোৰহাটস্থিত কার্যলয়ত আজি বিজেপিৰ যোৰহাট জিলাৰ অ বি চি তথা অন্যান্য পিছপৰা শ্ৰেণীৰ মৰ্চাৰ এখন কার্যনিবাহক সভা অনুষ্ঠিত হয় । উক্ত সভাত বিজেপিৰ যোৰহাট জিলাৰ সভাপতি কামাখ্যা মোহন দাস, সম্পাদক ঈশ্বৰ প্ৰসন্ন বৰদলৈ , অ বি চি মৰ্চাৰ ৰাজ্যিক সভাপতি বিতোপন ৰাইদঙীয়া ,তিতাবৰ ঠেঙাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কুমুদ কছাৰী, অ বি চি মৰ্চাৰ যোৰহাট জিলাৰ সভাপতি পৰাগ গগৈ , মৰ্চাৰ ৰাজ্যিক সম্পাদক দিব্যজ্যোতি লিখক , জিলাৰ উপসভানেত্ৰী বন্দনা শইকীয়াৰ উপৰিও বহু কেইগৰাকী নেতাই অংশগ্ৰহণ কৰি বক্তব্য প্ৰদান কৰে ।

No comments