Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কিংবদন্তী ফুটবলাৰ ডিয়েগ' মাৰাডোনাৰ হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু। Videos

দুভৰীৰ যাদুৰে খেলপথাৰত প্ৰতিপক্ষক ত্ৰাসৰ সৃষ্টি কৰা আৰু দৰ্শকক আমোদ-প্ৰমোদ দিয়া কিংবদন্তী ফুটবল খেলুৱৈ  ডিয়েগ' মাৰাডোনা আৰু নাই। ৬০ বছৰী...


দুভৰীৰ যাদুৰে খেলপথাৰত প্ৰতিপক্ষক ত্ৰাসৰ সৃষ্টি কৰা আৰু দৰ্শকক আমোদ-প্ৰমোদ দিয়া কিংবদন্তী ফুটবল খেলুৱৈ ডিয়েগ' মাৰাডোনা আৰু নাই। ৬০ বছৰীয়া খেলুৱৈগৰাকীৰ আজি হৃদক্ৰিয়া বন্ধ হৈ দেহাৱসান ঘটে।  খেলুৱৈ গৰাকী কিছুদিনৰ পৰা অসুস্থতাত ভোগী আছিল আৰু নিজ বাসভৱনত চিকিৎসকৰ তত্বাৱধানত চিকিৎসাধীন হৈ আছিল।  উল্লেখ্য যে এমাহৰ পূৰ্বে মগজুৰ অস্ত্ৰোপচাৰ কৰা হৈছিল কিংবদন্তী আৰ্জেণ্টিনাৰ ফুটবল খেলুৱৈগৰাকীৰ। আজি হৰ্থাৎ খেলুৱৈগৰাকী হৃদক্ৰিয়া বন্ধ হৈ ৬০ বছৰ বয়সত মৃত্যু হয়। ইতিমধ্যে দেশখনে তিনিদিনৰ বাবে শোক দিবস পালন কৰাৰ ঘোষণা কৰে।





No comments