Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

টীয়কত -ৰজাবাৰীত ইন্ত্রিগ্ৰেটেড পাৱাৰ ডেভেলপমেণ্ট স্ক্ৰীম শুভাৰম্ভ

গণ বাৰ্তা, কাকজান, ৩ নৱেম্বৰ :  যোৰহাট জিলা টীয়কত স্থাপন কৰা ইন্ত্রি গ্ৰেটেড পাৱাৰ স্ক্ৰীম ডেভেলপমেণ্ট বৈদ্যুতিক পাৱাৰ গ্ৰেটেড আজি বিয়লি শুভ...


গণ বাৰ্তা, কাকজান, ৩ নৱেম্বৰ :  যোৰহাট জিলা টীয়কত স্থাপন কৰা ইন্ত্রি গ্ৰেটেড পাৱাৰ স্ক্ৰীম ডেভেলপমেণ্ট বৈদ্যুতিক পাৱাৰ গ্ৰেটেড আজি বিয়লি শুভাৰম্ভ কৰা হয় ।গ্ৰাম্য অঞ্চলৰ দুখীয়া জনসাধাৰণৰ চাৰি হাজাৰ দুশ লোকক   সামৰি লোৱা আচঁনিটোত প্ৰায় ৯ কোটি ৫৯ লাখ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা    বিদ্যুৎ নাটনি সমস্যা  টীয়কৰ পৰা কাকজান সামৰি বিদ্যুৎত  সমস্যা দূৰ হোৱাৰ অন্ত পৰিব বুলি প্ৰবন্ধক গৰাকীয়ে জানিবলৈ দিয়ে । টীয়ক আৰু চিপাহীখোলা দুয়োটা মণ্ডলৰ বিষয়া কৰ্মচাৰী উপস্থিত থকা কাৰ্যসূচিত বন্তি প্ৰজ্বলন কৰে   গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি ইন্দ্ৰকান্ত মহন্তই । বন্তি প্ৰজ্বলন কৰাৰ পাছত নাৰিকল ভাঙি পাৱাৰ ইন্ত্রি গেডেড ফিটা কাটি শুভাৰম্ভ কৰাৰ পাছতে এক  সম্বৰ্ধনা অনুষ্ঠান অনুষ্ঠিত হয় । এপি, ডি, চি ,এলৰ যোৰহাট জিলা সংমণ্ডলৰ অজয় কুমাৰ দাস আই পি ডি এছ ,দেৱজিত দাস যোৰহাট জেনেৰেল মেনেজাৰ ,নাচিম ফকৰুদ্দিন ,যোৰহাট এপি ডি চি এল উচ্চ বৰ্গৰ বিষয়া প্ৰমুখ্যে বহুত  কৰ্মচাৰী লগতে স্থানীয় লোক উপস্থিত থাকে ।লগতে এই পাৱাৰ ডেভেলমেণ্ট প্ৰজেক্টটোৱে টীয়ক অঞ্চলৰ ৰাইজৰ এক দীৰ্ঘদিনীয়া সমস্যা দূৰ হ'ব বুলি মত ব্যক্ত কৰে । ( বিৰাজ বৰা, কাকজান )

No comments