গণবাৰ্তা বিশেষ, যোৰহাট, ২৭ নৱেম্বৰ : গোলাঘাট জিলা আধাৰ সত্ৰৰ ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত অৱসৰপ্ৰাপ্ত সেনা বিষয়া বৰ্তমান গোলাঘাট জ্যোতি নগৰ নি...
গণবাৰ্তা বিশেষ, যোৰহাট, ২৭ নৱেম্বৰ : গোলাঘাট জিলা আধাৰ সত্ৰৰ ৰাষ্ট্ৰপতি পদক প্ৰাপ্ত অৱসৰপ্ৰাপ্ত সেনা বিষয়া বৰ্তমান গোলাঘাট জ্যোতি নগৰ নিবাসী প্ৰফুল্ল চন্দ্ৰ গোস্বামী (৬৯) যোৱা ২৬ নৱেম্বৰ বৃহস্পতি বাৰে দুঘটনা জনিত কাৰণত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত মৃত্যু ঘটে, মৃত্যুৰ সময়ত তেখেতে পত্নী, ২ গৰাকী কণ্যা, ৩ জন ভাতৃ, এগৰাকী ভগ্নী, জোৱাই , আত্মীয় স্বজনসহিত এক বৃহৎ পৰিয়াল ইহসংসাৰত এৰি থৈ যায় ।
No comments