Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

সাপেখাতীত পঞ্চম বাৰ্ষিক ট্ৰফী ও প্ৰাইজমানি চূড়ান্ত ফুটবল প্ৰতিযোগিতাত চৰাইদেউ ফুটবল দ'ল বিজয়ী

গণ  বাৰ্তা , সাপেখাতী, ১৫ নৱেম্বৰ  :  আটাল পথাৰ,সোণালী পুৰ,লক্ষী পথাৰ,ৰাংঢালী,আটাল বৰুৱা আৰু বাকচু ৰাইজৰ  উদ্যোগত স্বৰ্গীয় অশোক গগৈ, স্বৰ্গী...


গণ  বাৰ্তা , সাপেখাতী, ১৫ নৱেম্বৰ  :  আটাল পথাৰ,সোণালী পুৰ,লক্ষী পথাৰ,ৰাংঢালী,আটাল বৰুৱা আৰু বাকচু ৰাইজৰ  উদ্যোগত স্বৰ্গীয় অশোক গগৈ, স্বৰ্গীয় হৰিনাথ হাজৰিকা ,স্বৰ্গীয় মুহি ফুকন, স্বৰ্গীয় বন্তিৰাম চাংমাই   সোঁৱৰণী পঞ্চম   বাৰ্ষিক ট্ৰফী ও প্ৰাইজমানি ফুটবল প্ৰতিযোগিতা খনি চৰাইদেউ জিলাৰ সাপেখাতী গদাধৰ সিংহ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত ৬ নবেম্বৰৰ পৰা অনুষ্ঠিত হৈ থকা ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল খনত খন  কছাৰী পথাৰক  ০-৩  গ'লত পৰাজিত কৰি   চৰাইদেউ  ফুটবল দল জয়ী হয়। খেল খনৰ শ্ৰেষ্ঠ গ'ল  ৰক্ষক হিচাপে বিবেচিত  হয় ৰাহুল দুৱৰা । খেলখনত চৰাইদেউ ফুটবল দ'লৰ  সঞ্জয় ভূমিজে ২ টা গ'ল দি  সৰ্বোচ্চ গ'ল দাতাৰ সন্মান লাভ কৰে । উক্ত খেল খনৰ  শুভাৰম্ভণি   কৰে সাপেখাতী খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰঞ্জিত বুঢ়াগোহাঁইয়ে  । খেলখনত যোৰহাট লোক সভাৰ সমষ্টিৰ  সাংসদ তপন কুমাৰ গগৈ,সমাজ আপকু উজনি সংমণ্ডলৰ সম্পাদক কেশৱ গগৈ,সাপেখাতী ক্ৰীড়া সন্থাৰ সভাপতি বাণী চাংমাই,  স্বাক্ষৰ  গগৈৰ লগতে বহু সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।


No comments