Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটৰ সোণালী জয়ন্তী নগৰৰ বয়জ্যেষ্ঠ মহিলাৰ মৃত্যু

 ষ্টাফ ৰিপৰ্টাৰ, ১৮ নৱেম্বৰ :  যোৰহাট নগৰৰ সোণালী জয়ন্তী নগৰৰ বাসিন্দা তথা সেই অঞ্চলৰ বয়জ্যেষ্ঠ ধৰ্মপ্ৰাণ মহিলা সাৰদা দেৱীৰ আজি দিনৰ প্ৰায় ১...



 ষ্টাফ ৰিপৰ্টাৰ, ১৮ নৱেম্বৰ :  যোৰহাট নগৰৰ সোণালী জয়ন্তী নগৰৰ বাসিন্দা তথা সেই অঞ্চলৰ বয়জ্যেষ্ঠ ধৰ্মপ্ৰাণ মহিলা সাৰদা দেৱীৰ আজি দিনৰ প্ৰায় ১১ মান বজাত  নিজা বাহগৃহতে ইহলীলাবৰণ কৰে । মৃত্যুৰ সময়ত তেখেতৰ বয়স আছিল ৯৬ বছৰ । তেওঁ এজন পুত্ৰ ,বোৱাৰী, চাৰি গৰাকী জী ,জোঁৱাই ,নাতি ,নাতিনীসহ এক বৃহৎ পৰিয়াল ইহসংসাৰত এৰি থৈ গৈছে । বৃদ্ধা গৰাকীৰ মৃত্যুত সোণালী জয়ন্তী নগৰত শোকৰ ছাঁ পৰিছে ।

No comments