Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

কিছু সময়ৰ পিছত অন্ত পৰিব আই পি এল-২০২০ ৰ যাত্ৰাঃ! প্ৰথমবাৰলৈ আইপিএলৰ ফাইনেলত অৱতীৰ্ণ হ’ব দিল্লী কেপিটেলছ

ডুবাই, ১০ নৱেম্বৰ: দিল্লী কেপিটেলছে ১২বছৰৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)ৰ ফাইনেলত খেলাৰ সুযোগ। হাই ভল্টেজ ফাইনে...

ডুবাই, ১০ নৱেম্বৰ: দিল্লী কেপিটেলছে ১২বছৰৰ অপেক্ষাৰ অন্ত পেলাই অৱশেষত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আইপিএল)ৰ ফাইনেলত খেলাৰ সুযোগ। হাই ভল্টেজ ফাইনেল মেচখনত মুখামুখি হ’ব দিল্লী কেপিটেলছ চাৰিবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে। আজি অৰ্থাৎ দেওবাৰে অনুষ্ঠিত হোৱা লীগৰ ১৩তম সংস্কৰণৰ দ্বিতীয় কোৱালিফায়াৰত ২০১৬ৰ বিজেতা ছানৰাইজাৰ্ছ হায়দৰাবাদক ১৭ ৰানৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰ লীগৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। 

উল্লেখ্য যে দিল্লীয়ে প্ৰথম কোৱালিফায়াৰত মুম্বাইৰ হাতত পৰাস্ত হৈ দ্বিতীয় কোৱালিফায়াৰলৈ আহিছিল। এতিয়া পুনৰ এবাৰ মুম্বাইৰে মুখামুখি হ’ব দিল্লী। দুয়োটা দলে ইতিমধ্যে সুন্দৰ প্ৰদৰ্শন দাঙি ধৰি আহিছে ৷ মুম্বাই ইণ্ডিয়ানছ বলিং আৰু বেটিঙৰ দিশত দিল্লীত কৈ কিছু উন্নত যদিও সীমিত ২০ অভাৰৰ খেল যিকোনো ঘটিব পাৰে৷ লক্ষণ্যীয় হ’ব যে আজিৰ ৰোমান্সক আৰু উত্তেজনাপূৰ্ণ হ’বলগীয়া মেচখনত কোনে শেষ হাঁহি মাৰবি।

No comments