মেলবৰ্ণ, ৯ নৱেম্বৰ ঃ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ মোৰ্ণ মৰ্কেলে অষ্ট্ৰেলিয়াৰ ঘৰুৱা দলৰ হৈ খেলিব পাৰে। তেওঁ ২০১৮ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকে...
মেলবৰ্ণ, ৯ নৱেম্বৰ ঃ দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ক্ৰিকেটাৰ মোৰ্ণ মৰ্কেলে অষ্ট্ৰেলিয়াৰ ঘৰুৱা দলৰ হৈ খেলিব পাৰে। তেওঁ ২০১৮ত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰৰ ঘোষণা কৰিছিল। তেওঁ দক্ষিণ আফ্ৰিকাৰ এজন সফল বলাৰ আছিল। উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ ক্ৰিকেট দলৰ হৈ ১২ বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট খেলা মৰ্কেল বৰ্তমান অষ্ট্ৰেলিয়াৰ বাসিন্দা হৈ পৰিছে। কিছু সময়ৰ পূৰ্বে তেওঁ অষ্ট্ৰেলিয়াৰ নাগৰিকত্ব লাভ কৰিছিল। সেই বাবে তেওঁ অষ্ট্ৰেলিয়াৰ ঘৰুৱা ক্ৰিকেট দলৰ হৈ খেলাৰ প্ৰস্তুতি চলাই আছে।
No comments