কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী কিছু সময়ৰ আগত গোৱাৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হয়। তেওঁ পোনে পোনে কলাক্ষেত্ৰলৈ ...
কংগ্ৰেছৰ প্ৰাক্তন ৰাষ্ট্ৰীয় সভাপতি ৰাহুল গান্ধী কিছু সময়ৰ আগত গোৱাৰ পৰা বিশেষ বিমানেৰে গুৱাহাটীত উপস্থিত হয়। তেওঁ পোনে পোনে কলাক্ষেত্ৰলৈ যাব আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধাঞ্জলি জনাব। উল্লেখ্য যে ৰাহুল গান্ধী গুৱাহাটীত মাত্ৰ দুঘণ্টা থাকি পুনৰ উভতি যাব
No comments