Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট কংগ্ৰেছ ভৱনত এন এছ ইউ আইৰ প্রতিনিধি সভা ; উপস্থিত থাকে ৰাষ্ট্রীয় পয্যাৰ নেতা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৯ নৱেম্বৰ :  কংগ্ৰেছ দল সবল কৰাৰ উদ্দেশ্যে আজি যোৰহাটৰ কংগ্ৰেছৰ ভৱনত আজি এন এছ ইউ  আইৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয়...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৯ নৱেম্বৰ :  কংগ্ৰেছ দল সবল কৰাৰ উদ্দেশ্যে আজি যোৰহাটৰ কংগ্ৰেছৰ ভৱনত আজি এন এছ ইউ  আইৰ এখন প্ৰতিনিধি সভা অনুষ্ঠিত হয় । উক্ত সভাত যোৰহাট ,শিৱসাগৰ ,চৰাইদেউ আৰু মাজুলী জিলাৰ এন এছ ইউ আইৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে । এই প্ৰতিনিধি সভাখনত এন এছ ইউ আইৰ ৰাষ্ট্ৰীয় নেতা অনুছেদ শৰ্মাই অংশগ্ৰহণ কৰি সংগঠনৰ নীতি আৰ্দশ আৰু কেনেকৈ সংগঠনৰ কাম কাজ আগবঢ়াই নিব লাগে সেই সন্দৰ্ভত ব্যক্তব্য প্ৰদান কৰে । সভাত যোৰহাটৰ জিলা পয্যাৰ নেতা কৰ্মীসকলেও অংশগ্ৰহণ কৰে ।

No comments