Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট প্ৰেছ ক্লাৱত উপন্যাস সহ তিনিখন গ্ৰন্থ উন্মোচন

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৭ নৱেম্বৰ  :   যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত আজি তিনিখন গ্ৰন্থ উন্মোচন হয় । যোৰহাটৰ বিশিষ্ট...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,৭ নৱেম্বৰ  :   যোৰহাট প্ৰেছ ক্লাৱত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত আজি তিনিখন গ্ৰন্থ উন্মোচন হয় । যোৰহাটৰ বিশিষ্ট লেখক তথা সাহিত্যিক ৰুদ্ৰ গগৈৰ উপন্যাস "মন ময়ুৰী, মোৰ সংগীতময় যাত্ৰা আৰু বিশিষ্ট চিকিৎসক ডাঃ অমৃত কুমাৰ শইকীয়াৰ "ৰ'দ , এই তিনিখন গ্ৰন্থ উন্মোচন কৰে বিশিষ্ট লেখক হেমচন্দ্ৰ শইকীয়া ,জ্যেষ্ঠ অধিবক্তা ভৱ গোস্বামী , শিক্ষাবিদ শান্তনু গোস্বামী আৰু বিশিষ্ট সাংবাদিক প্ৰদীপ বৰাই । ডাঃ ৰঞ্জিত কুমাৰ ভট্টাচাৰ্য্যই সঞ্চালনা কৰা গ্ৰন্থ উন্মোচনী সভাখনত উল্লেখিত বিশিষ্ট ব্যক্তিকেইজনৰ উপৰিও সাহিত্যিক বিজু শৰ্মা,লখিমী শৰ্মাৰ লগতে কেইবাজনো বিশিষ্ট লোকে অংশগ্ৰহণ কৰে । লগতে উল্লেখিত গ্ৰন্থ কেইখন উন্মোচন কৰি উন্মোচক কেইজনে ব্যক্তব্যও প্ৰদান কৰে । 

Updated at 7 : 10 pm | 7 November, 2020

No comments