গণ বার্তা, আমগুৰি ২৭ নৱেম্বৰ : শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ সমীপৰ খনামুখ হাতিঘুলিত ৰাস্তাৰ কাম চলি থকা সময়তে পথ নিৰ্মাণত ব্যৱহৃত মেচিনত সোমা...
গণ বার্তা, আমগুৰি ২৭ নৱেম্বৰ : শিৱসাগৰ জিলাৰ গৌৰীসাগৰৰ সমীপৰ খনামুখ হাতিঘুলিত ৰাস্তাৰ কাম চলি থকা সময়তে পথ নিৰ্মাণত ব্যৱহৃত মেচিনত সোমাই অতি কৰুণ ভাৱে নিহত হৈছে পথ নিৰ্মাণৰ লগত জড়িত কৰ্মী ৰূপম গগৈ। নিহত যুৱক জনৰ ঘৰ শিৱসাগৰ জিলাৰ নামতিত বুলি জানিব পৰা গৈছে । পথ নিৰ্মাণত কাম কৰি নিজৰ লগতে ঘৰ খনৰ বাবে দুপইচা সংগ্রহ কৰিবলৈ আহি অতি মৰ্মাহত ভাবে মৃত্যুক আঁকোৱালি ললে যুৱজ জনে ।
No comments