Page Nav

HIDE

ছাত্ৰ সন্থাৰ ৰহমৰীয়া সমিতি গঠন

গণ বাৰ্তা, চাবুৱা , ১১ অক্টোবৰঃ ‌সদৌ অসম ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক  অর্ন্তগত ৰহমৰীয়া সমিতিখন ১০ অক্টোবৰত এখন সভা জৰিয়তে গঠন কৰে। ৰহমৰীয়...



গণ বাৰ্তা, চাবুৱা , ১১ অক্টোবৰঃ ‌সদৌ অসম ছাত্ৰ সন্থাৰ চাবুৱা আঞ্চলিক  অর্ন্তগত ৰহমৰীয়া সমিতিখন ১০ অক্টোবৰত এখন সভা জৰিয়তে গঠন কৰে। ৰহমৰীয়া উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাঙ্গণত পুৰণা সমিতিৰ সভাপতি বিতুপন বৰুৱাৰ পুৰোহিত্যত অনুষ্ঠিত প্ৰতিনিধি সভাত সুৰজ গোহাঁইক সভাপতি আৰু  মনদ্বীপ  চেতিয়াক সাধাৰণ সম্পাদক হিচাপে লৈ  সমিতিখন গঠন কৰে । উক্ত সভাত চাবুৱা আঞ্চলিক ছাত্র সন্থাৰ সভাপতি মৃদুপৱন গগৈ সাধাৰণ সম্পাদক প্ৰনৱজ্যোতি দত্তকে ধৰি চাবুৱা আঞ্চলিক ছাত্র সন্থাৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে।