ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১১ অক্টোবৰ : যোৰহাট চেণ্ট্ৰেল ক্লাৱত শনিবাৰে বাহাদুৰ গাওঁবুঢ়া সংৰক্ষণ সিমিতিখন পুনৰ গঠন কৰা হয় । বিশিষ্ট তথা জেষ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,১১ অক্টোবৰ : যোৰহাট চেণ্ট্ৰেল ক্লাৱত শনিবাৰে বাহাদুৰ গাওঁবুঢ়া সংৰক্ষণ সিমিতিখন পুনৰ গঠন কৰা হয় । বিশিষ্ট তথা জেষ্ঠ নাগৰিক জাহেদ আলি হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাখনত বাহাদুৰ গাওঁবুঢ়া সংৰক্ষণ সমিতিখন পুনৰ গঠন হোৱা সমিতিখনত ইমৰান হুছেইনক সভাপতি , অধ্যাপক উমৰ অহমেদ, বিশিষ্ট সমাজ কৰ্মী আৰিফা জামান আৰু ৰাজকুমাৰী প্ৰীতিৰেখা সিংহক উপসভাপতি দায়িত্ব দিয়াৰ লগতে ৰাজশ্ৰী বৰুৱাক সম্পাদক আৰু অধ্যাপক তুফেল জিলানীক কোষাধক্ষ্যৰ দায়িত্ব দি এখন ১৭ জনীয়া সমিতি গঠন কৰা হয় ।
No comments