Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

বৰপথাৰত কৰ'না ত আক্ৰান্ত হৈ আন এজনৰ মৃত্যু

                                                                                                       ফটো : দেৱাশীষ শৰ্মা, সৰুপথাৰ গণ বাৰ্ত...

                                                                                                    ফটো : দেৱাশীষ শৰ্মা, সৰুপথাৰ


গণ বাৰ্তা, সৰুপথাৰ; ১২ অক্টোৱৰ :  ধনশিৰি মহকুমাৰ বৰপথাৰ মৌজাৰ বৰচাপৰি গাঁৱৰ ৰমেশ শৰ্মা(৬৫) নামৰ এজন ব্যক্তিৰ কালি গুৱাহাটীৰ কভিড চিকিৎসালয়ত মৃত্যু হোৱাত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। অসম সাহিত্য সভাৰ আজীৱন সদস্য ৰমেশ শৰ্মা নুমলীগড় তেল শোধনাগাৰৰ কেণ্টিনৰ পৰিচালক আছিল। বিভিন্ন সামাজিক কামত সক্ৰিয়তাৰে অংশ লোৱা ৰমেশ শৰ্মাই পত্নীসহ এজন পুত্ৰ, তিনি ভাতৃকে ধৰি অনেক আত্মীয়ক সংসাৰত এৰি গৈছে। ব্যক্তিগৰাকীৰ মৃত্যুত অন্যান্য সকলৰ লগতে দৈয়াং পৰীয়া শাখা সাহিত্য সভাই গভীৰ শোক প্ৰকাশ কৰিছে।



No comments