Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত অভিনেত্ৰী ৰিনা বৰাক ৰাজহুৱা সম্বৰ্ধনা

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১১ অক্টোবৰ :  যোৰহাট তৰাজান সন্মিলনৰ ২০১৯-২১ বৰ্ষৰ প্ৰথম  সাধাৰণ সভাখন আজি তৰাজান পূজা মন্দিৰৰ সভাগৃহীত অনুষ্ঠিত হয়...


ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১১ অক্টোবৰ :  যোৰহাট তৰাজান সন্মিলনৰ ২০১৯-২১ বৰ্ষৰ প্ৰথম  সাধাৰণ সভাখন আজি তৰাজান পূজা মন্দিৰৰ সভাগৃহীত অনুষ্ঠিত হয় । উক্ত সভাত তৰাজান সন্মিলনৰ বিভিন্ন কাৰ্য্যকৰ্মনিকাৰ সন্দৰ্ভত আলোচনা কৰাৰ লগতে অসম চৰকাৰৰ ২০২০ বৰ্ষৰ শিল্পী সৈনিক ব্ৰজনাথ শৰ্মা বঁটা বিজয়ী অসমৰ বিশিষ্ট অভিনেত্ৰী ৰিনা বৰাক সন্মিলনৰ লগতে বিভিন্ন অনুষ্ঠানে ৰাজহুৱাকৈ সম্বৰ্ধনা জনায় ।

No comments