Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চাবুৱাত ৰেলে মহটিয়াই নিলে মাৰুটি গাড়ী, কথমপি প্ৰাণ ৰক্ষা দুজনৰ

গণ বাৰ্তা, চাবুৱা,৬ অক্টোবৰ : চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত বিশমাইলত আজি  ৰেলে এখন মাৰুটি ৮০০(AS-01 AF 4347) বগা ৰঙ মহটিয়াই নিয়া এক দুৰ্ঘটন...




গণ বাৰ্তা, চাবুৱা,৬ অক্টোবৰ : চাবুৱা আৰক্ষী থানাৰ অন্তৰ্গত বিশমাইলত আজি  ৰেলে এখন মাৰুটি ৮০০(AS-01 AF 4347) বগা ৰঙ মহটিয়াই নিয়া এক দুৰ্ঘটনা সংঘটিত হয় । এই ঘটনাৰ ফলত গাড়ীখনত থকা সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক দেৱৰ্ষি চেতিয়া আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সহকাৰী সম্পাদক অভিনন্দন সেনাপতি কথমপি প্ৰাণ ৰক্ষা পৰে । জানিব পৰা মতে গাড়ীখনে এটা উন্মুক্ত ৰেল ক্ৰছিং পাৰ হ'বলৈ লওতে গাড়ীখন ৰৈ যায় আৰু তিনিচুকীয়াৰ দিশেৰে যোৱা এখন যাত্ৰীবাহী ৰেলে উক্ত গাড়ীখন খুন্দা মাৰি মহটিয়াই নিয়াত কাষৰ দ খাৱৈত পৰেগৈ । অৱশ্যে দুয়োজন ব্যক্তি ৰেলে খুন্দা মৰাৰ প্ৰাকমুহূৰ্তত গাড়ীৰ পৰা নামি প্ৰাণ ৰক্ষা কৰে।

No comments