Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাটত মহিলা কংগ্ৰেছৰ অভিনৱ প্ৰতিবাদ : উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ সমূহীয়া পৌষ্টকাৰ্ড প্ৰেৰণ

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১৬ অক্টোবৰ :   মহিলা  চৰিত্ৰৰ সন্দৰ্ভত আঙুলি উঠোৱা সকলৰ বিৰুদ্ধে উপযুক্ত শাস্তি  দাবীৰ লগতে   উত্তৰ প্ৰদেশৰ হাছৰজ ঘ...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট , ১৬ অক্টোবৰ :   মহিলা  চৰিত্ৰৰ সন্দৰ্ভত আঙুলি উঠোৱা সকলৰ বিৰুদ্ধে উপযুক্ত শাস্তি  দাবীৰ লগতে   উত্তৰ প্ৰদেশৰ হাছৰজ ঘটনাৰ উচিত ন্যায়ৰ দাবীত এক জনমত গঠন কৰাৰ  অংশ হিচাপে কেন্দ্ৰীয় মহিলা কংগ্ৰেছৰ নিৰ্দেশত আজি  যোৰহাট কংগ্ৰেছ ভৱনত মহিলা কংগ্ৰেছৰ এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয় ।সভাৰ পাছত জিলা মহিলা কংগ্ৰেছৰ কৰ্মী সকলে  উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথলৈ সমূহীয়াকৈ সকলোৱে একোখন  কৈ পৌষ্টকাৰ্ড প্ৰেৰণ কৰে । উক্ত পৌষ্ট কাৰ্ড খনত মহিলাক বদনাম কৰিবলৈ বন্ধ কৰিবলৈ দাবী জনোৱা  হৈছে । আৰু এই পোষ্ট কাৰ্ড খন সকলো মহিলাই একেলগে ডাকঘৰলৈ গৈ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰে ।

No comments