Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

পিএম কিষাণ আঁচনিৰ অধীনত ৮.৫৬ কোটি কৃষকক ২,০০০ টকাকৈ প্ৰদান ঃ বেগুসৰাইৰ সংবাদ মেলত জে পি নাড্ডা

  বেগুসৰাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বেগুসৰাইত এক নিৰ্বাচনী সভা সম্বােধন কৰে। নিৰ্বাচনী সভা সম্বোধন কৰি তেওঁ কয় যে, প্ৰধান মন্ত...

 

বেগুসৰাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই বেগুসৰাইত এক নিৰ্বাচনী সভা সম্বােধন কৰে। নিৰ্বাচনী সভা সম্বোধন কৰি তেওঁ কয় যে, প্ৰধান মন্ত্ৰী গৰীব কল্যাণ পেকেজৰ অধীনত ১.৭৫ লাখ কোটি টকা আবণ্টন দি মাৰ্চৰ পৰা ছঠ আৰু দিৱালীলৈ ৮০ কোটি দৰিদ্ৰলোকক ৫ কেজি ঘেঁহু বা চাউল আৰু ১ কেজি দাইল বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব। কৃষক সন্মান পুঁজি আঁচনিৰ অধীনত, ৮.৫৬ কোটি কৃষকক ২ হেজাৰকৈ টকা প্ৰদান কৰা হৈছে।

No comments