গণ বাৰ্তা,পশ্চিম যোৰহাট,২৮অক্টোবৰ:যোৰহাটৰ দহোটীয়াত কালি নিশা এটা কাছ উদ্ধাৰ হয়। প্ৰায় এক কেজি ওজনৰ কাছটো পকী পথ এটাত বগাই থাকোতে স্হানীয় ...
গণ বাৰ্তা,পশ্চিম যোৰহাট,২৮অক্টোবৰ:যোৰহাটৰ দহোটীয়াত কালি নিশা এটা কাছ উদ্ধাৰ হয়। প্ৰায় এক কেজি ওজনৰ কাছটো পকী পথ এটাত বগাই থাকোতে স্হানীয় এজন যুৱকে দেখা পাই ধৰি থয়। ইয়াৰ পাছতে যোৰহাটৰ বন বিভাগৰ লোক উপস্হিত হৈ উদ্ধাৰ হোৱা কাছটো বৰখঙীয়া গাঁওৰ বৰনামঘৰ পুখুৰীত এৰি দিয়ে।
No comments