Page Nav

HIDE

২০২১ৰ অকলেণ্ড ক্লাচিক টেনিছ টুৰ্ণামেণ্ট বাতিল

অকলেণ্ড, ৮ অক্টোবৰঃ  কোৰোনা মহামাৰীয়ে আন সমূহৰ দৰে ক্ৰীড়া ক্ষেত্ৰৰতো বৃহৎ প্ৰভাৱ পেলাইছে। কোৰোনা বহু ক্ৰীড়া প্ৰতিযোগিতা বাতিল অথবা স্থগিত কৰ...

অকলেণ্ড, ৮ অক্টোবৰঃ  কোৰোনা মহামাৰীয়ে আন সমূহৰ দৰে ক্ৰীড়া ক্ষেত্ৰৰতো বৃহৎ প্ৰভাৱ পেলাইছে। কোৰোনা বহু ক্ৰীড়া প্ৰতিযোগিতা বাতিল অথবা স্থগিত কৰা হৈছে। আনহাতে কিছু ক্ৰীড়া প্ৰতিযোগিতা আয়োজন হৈ আছে যদিও দৰ্শকৰ উপস্থিতি শূন্য। দৰ্শক উপস্থিত হোৱাৰ অনুমতি দিয়া নাই। এনে সময়তে  কোৰোনা বাবে ২০২১ত অনুষ্ঠিত হ’বলগীয়া অকলেণ্ড ক্লাচিক টেনিছ টুৰ্ণামেণ্ট বাতিল কৰাৰ কথা ঘোষণা কৰিছে। কোৰোনাৰ ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই টুৰ্ণামেণ্ট বাতিল কৰা হৈছে। যিহেতু নিউজিলেণ্ড এতিয়াও সম্পূৰ্ণৰূপে কোৰোনা মুক্ত হ’ব পৰা নাই।