ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট : যোৰহাট পৌৰসভাৰ অন্তৰ্গত নগৰৰ ৭ নম্বৰ আৰু ১৬ নম্বৰ ৱাৰ্ড তথা আটলীয়া গাঁও , অম্বিকাগিৰী নগৰ , ৰেলৱে কলনি আদি অঞ্চ...
ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট : যোৰহাট পৌৰসভাৰ অন্তৰ্গত নগৰৰ ৭ নম্বৰ আৰু ১৬ নম্বৰ ৱাৰ্ড তথা আটলীয়া গাঁও , অম্বিকাগিৰী নগৰ , ৰেলৱে কলনি আদি অঞ্চললৈ পুৱাই গৈ ৰাইজৰ সমস্যাসমূহ বুজ লয় যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে । উক্ত ৱাৰ্ড দুটাত থাকি যোৱা কাম সমূহ সোনকালেই সম্পন্ন কৰা হব বুলি সেই অঞ্চলৰ ৰাইজক আস্থা প্ৰকাশ কৰে । বিধায়ক গৰাকীৰ লগত থাকে পৌৰসভাৰ কাৰ্যবাহী বিষয়া আৰু অভিযন্তাৰ লগতে বিজেপিৰ যোৰহাট নগৰ মণ্ডলৰ সভাপতি চিৰঞ্জীৱ শৰ্মা আৰু সম্পাদক ৰবি ৰজক ।
No comments