গণ বাৰ্তা ,সাপেখাতী , ১১অক্টোবৰ : সমগ্র ৰাজ্যেৰ লগতে চৰাইদেউ জিলাৰ সাপেখাতীটো ৰাষ্ট্ৰীয় কন্যা দিৱস উদযাপন কৰা হয় । ৱাৰিৱৰ চ্ ৰ(WARRIOR...
গণ বাৰ্তা ,সাপেখাতী , ১১অক্টোবৰ : সমগ্র ৰাজ্যেৰ লগতে চৰাইদেউ জিলাৰ সাপেখাতীটো ৰাষ্ট্ৰীয় কন্যা দিৱস উদযাপন কৰা হয় । ৱাৰিৱৰ চ্ ৰ(WARRIOR'S ) উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানটিৰ আঁত ধৰে ৰূপামণি গগৈয়ে । উক্ত অনুষ্ঠানত উপস্থিত থকা মহিলা সকলে কন্যা দিৱস পালনৰ জৰিয়তে কন্যা শিশু সকলক উচিত অধিকাৰ ,সুৰক্ষা বিচৰাৰ লগতে হাতে হাতে নাৰী নিৰ্যাতনৰ বন্ধ কৰক ,ধৰ্ষণ হত্যা নিপাত যাওঁক , নাৰী শিক্ষা সাৱলীকৰণত গুৰুত্ব দিয়ক ,সকলো নাৰীক সন্মান কৰক , নাৰী শক্তি জিন্দাবাদ , নাৰী শক্তি জাগ্ৰত হওঁক ,কন্যা সন্তান সুৰক্ষিত কৰক ,নাৰী যেতিয়া এক হব- ধৰ্ষণকাৰীৰ মৃত্যু হব , WARRIOR'S জিন্দাবাদ আদি শ্লোগানেৰে দাবী জনায় ।উক্ত অনুষ্ঠানত সমাজ সেৱীকা ডালিমী দেৱী ,সেউজী গগৈ ,তৰুলতা গগৈ ,কবিতা গগৈ ,মুনু গগৈ ,মুনমি চেতিয়া , মঞ্জু প্ৰধান আৰু জোন দেৱী উপস্থিত থাকে
No comments