Page Nav

HIDE

যোৰহাটত আধাৰশিলা স্থাপন , বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ

ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ১৫ অক্টোবৰ :  যোৰহাট নগৰৰ কৃষ্ণ কান্ত সন্ধিকৈ পথটো পুনৰ নিৰ্মাণৰ উদ্দেশ্য আজি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বাম...



ষ্টাফ ৰিপৰ্টাৰ , যোৰহাট , ১৫ অক্টোবৰ :  যোৰহাট নগৰৰ কৃষ্ণ কান্ত সন্ধিকৈ পথটো পুনৰ নিৰ্মাণৰ উদ্দেশ্য আজি যোৰহাটৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীয়ে আধাৰশিলা স্থাপন কৰে । উক্ত আধাৰশিলা স্থাপনৰ অনুষ্ঠানত বিধায়ক গৰাকীৰ লগত সহযোগ কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছা ,বিজেপিৰ জিলা  সভাপতি কামাখ্যা মোহন দাস লগতে কেইবাগৰাকী বিজেপিৰ সদস্যৰ লগতে স্থানীয় লোকসকল উপস্থিত থাকে ।