Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

প্ৰাপ্য দৰমহাৰ দাবীত যোৰহাটত নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ ধৰ্মঘট

ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,১৯ অক্টোবৰ :  যোৰহাটৰ নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ শ্ৰমিক আৰু কৰ্মচাৰী সন্থাই প্ৰপ্য দৰমহাৰ লগতে কেইবাটাও দা...


ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,১৯ অক্টোবৰ :  যোৰহাটৰ নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ শ্ৰমিক আৰু কৰ্মচাৰী সন্থাই প্ৰপ্য দৰমহাৰ লগতে কেইবাটাও দাবীত তুলসী নাৰায়ণ পথত থকা কার্যলয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ।  উল্লেখ্য যে  অনিয়মীয়া কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, বাকী থকা ৬ মাহৰ দৰমহা আদায় দিয়া ,মাহৰ দৰমহা প্ৰতি মাহে আদায় দিয়া আদি দাবী সমূহ উল্লেখ কৰি  কার্যলয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

No comments