ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,১৯ অক্টোবৰ : যোৰহাটৰ নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ শ্ৰমিক আৰু কৰ্মচাৰী সন্থাই প্ৰপ্য দৰমহাৰ লগতে কেইবাটাও দা...
ষ্টাফ ৰিপৰ্টাৰ ,যোৰহাট ,১৯ অক্টোবৰ : যোৰহাটৰ নগৰ পানী যোগান আৰু পয় প্ৰণালী পৰিষদৰ শ্ৰমিক আৰু কৰ্মচাৰী সন্থাই প্ৰপ্য দৰমহাৰ লগতে কেইবাটাও দাবীত তুলসী নাৰায়ণ পথত থকা কার্যলয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে । উল্লেখ্য যে অনিয়মীয়া কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়াকৰণ কৰা, বাকী থকা ৬ মাহৰ দৰমহা আদায় দিয়া ,মাহৰ দৰমহা প্ৰতি মাহে আদায় দিয়া আদি দাবী সমূহ উল্লেখ কৰি কার্যলয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
No comments