Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

যোৰহাট জিলা প্ৰশাসনৰ মাস্ক পৰিধান আৰু চেনিটাইজেশ্বনৰ সজাগতাৰ সামৰনি

গণ বার্তা, যোৰহাট, ২৯ অক্টোবৰঃ  যোৰহাট জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত বিগত ২২ অক্টোবৰৰ পৰা মাস্ক পৰিধান  আৰু চেনিটাইজেশ...


গণ বার্তা, যোৰহাট, ২৯ অক্টোবৰঃ  যোৰহাট জিলা প্ৰশাসন আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ উদ্যোগত বিগত ২২ অক্টোবৰৰ পৰা মাস্ক পৰিধান  আৰু চেনিটাইজেশ্বনৰ  সজাগতাৰ উদ্দেশ্যে  যোৰহাট জিলাৰ আটাইকেইটা ৰাজহ চক্ৰৰ অধীনৰ নগৰ অঞ্চলসমূহত ৰাইজৰ মাজত বিনামূলীয়া মাস্ক বিতৰণ কৰাৰ কাৰ্য্যসূচীৰ আজি সমাপ্তি হয়৷ সপ্তাহজোৰা এই কাৰ্য্যসূচীত যোৰহাট নগৰ, তিতাবৰ নগৰ, টীয়ক নগৰ আৰু মৰিয়নিৰ নগৰ অঞ্চলত দুৰ্যোগ ব্যৱস্হাপনা বিভাগৰ কৰ্মচাৰীসকলে  মাস্ক বিতৰণ কৰে৷ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ সহযোগত জিলা দুৰ্যোগ ব্যৱস্হাপনা বিভাগে এই অনুষ্ঠান ২৯ অক্টোবৰত অন্ত পৰে ৷  (ঋতুৰাজ ফুকন, যোৰহাট )

No comments