Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

অখিল গগৈৰ মাতৃ অসুস্থ : চিকিৎসালয়ত ভৰ্তি

ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ অক্টোবৰ : অসুস্থতাৰ বাবে কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক আজি ততাতৈয়াকৈ  যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্ত...



ষ্টাফ ৰিপৰ্টাৰ, যোৰহাট ,২২ অক্টোবৰ : অসুস্থতাৰ বাবে কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক আজি ততাতৈয়াকৈ  যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে । উল্লেখ্য যে বিগত তিনি দিন ধৰি  জ্বৰ আৰু কাহত ভুগি আছিল আৰু ক্ৰমাত যথেষ্ট দুৰ্বল হৈ পৰিছিল অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ । কালি নকছাৰিত ৰেপিড টেষ্ট কৰিছিল যদিও ক'ৰোণা নিগেটিভ আহে আৰু বৰ্তমান যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসাকে নিৰীক্ষণ কৰি আছে প্ৰিয়দা গগৈক।

No comments