গণ বার্তা, ডিব্ৰুগড় ,২৮ ছেপ্টেম্বৰ : ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে ৰাজ্যত নৱ গঠিত হোৱা নিষিদ্ধ সংগঠন আদিবাসী টাইগাৰ ফৌজৰ দুটা কুখ্যাত কেডাৰ। ...
গণ বার্তা, ডিব্ৰুগড় ,২৮ ছেপ্টেম্বৰ : ডিব্ৰুগড় আৰক্ষীয়ে আটক কৰিছে ৰাজ্যত নৱ গঠিত হোৱা নিষিদ্ধ সংগঠন আদিবাসী টাইগাৰ ফৌজৰ দুটা কুখ্যাত কেডাৰ। ডিব্ৰুগড় আৰক্ষী হেড কোৱাৰ্টাৰ আৰু ডিব্ৰুগড় সদৰ থানা, চাবুৱা থানা এক অভিযানত আটক হৈছে ছাহাৰা উৰা আৰু সুশীল উৰা নামৰ দুটা কুখ্যাত কেডাৰ। লগতে .২২ এটা পিষ্টল আৰু মেগজিন উদ্ধাৰ হৈছে।
No comments