Page Nav

HIDE

Grid

GRID_STYLE

Classic Header

{fbt_classic_header}

Header Ad

শেহতীয়া খবৰ

latest

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত ধৰ্ণা

গণ বাৰ্তা : ডুমডুমা, ৩০ ছেপ্টেম্বৰ :  তিনিচুকীয়াত জনজাতিকৰণৰ লগতে শায়ত্বশাসিত পৰিষদ প্ৰদানৰ দাবীৰে  চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্য...


গণ বাৰ্তা : ডুমডুমা, ৩০ ছেপ্টেম্বৰ :  তিনিচুকীয়াত জনজাতিকৰণৰ লগতে শায়ত্বশাসিত পৰিষদ প্ৰদানৰ দাবীৰে  চুতীয়া ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তিনিচুকীয়াৰ কাৰিকৰী প্ৰশিক্ষণ প্ৰতিষ্ঠান খেলপথাৰৰ পৰা জিলা উপায়ুক্তৰ কাৰ্য্যালয়লৈকে সমদল বাহিৰ কৰি সংগঠনটোৰ শতাধিক সদস্যই  এই প্ৰতিবাদ  সাব্যস্ত কৰে ।

চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ লগতে ষষ্ঠ অনুসূচীৰ আধাৰত শায়ত্বশাসন প্ৰদানৰ দাবীত বিভিন্ন শ্লগানেৰে উত্তাল কৰাৰ লগতে জনজাতিকৰণ আৰু শায়ত্বশাসন প্ৰদান নকৰা পৰ্যন্ত চুতীয়া ছাত্ৰ সন্থাই আন্দোলন অব্যাহত ৰখাৰো হুংকাৰ প্ৰদান কৰিছে । চুতীয়া জনগোষ্ঠীক বিজেপি নেতৃত্বাধীন চৰকাৰে মাহী আইৰ দৃষ্টি নিক্ষেপ কৰাটো কেতিয়াও সহ্য নকৰে বুলিও স্পষ্ট কৰি দিছে। ( ডুমডুমাৰ পৰা মাইনু মৰাণ)

No comments